লামডিঙত ৰে'লৱে লোকো ৰানিং ষ্টাফ এছ’চিয়েচনৰ উদ্যোগত ৪৮ ঘণ্টীয়া অনশন কাৰ্যসূচী

লামডিং ৰে'লৱে ষ্টেচনৰ চালক লবীত শতাধিক ৰানিং ষ্টাফে এই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
5

ডিজিটেল ডেস্কঃ লামডিঙত ৰে'লৱে লোকো ৰানিং ষ্টাফ এছ’চিয়েচনৰ উদ্যোগত ৪৮ ঘণ্টীয়া অনশন কাৰ্যসূচী। 

উল্লেখ্য যে ৰে'ল ট্ৰেইনৰ ল'ক' পাইলট আৰু সহকাৰী চলকসহ সকলোৱে বিভিন্ন  দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে  প্ৰতিবাদত উল্লেখ কৰা দাবী সমূহ হৈছ, ৰানিং ষ্টাফৰ পর্যাপ্ত বিশ্ৰাম, কিলোমিটাৰ ভিত্তিক ভাতা বৃদ্ধি কৰা, টেক্স হ্ৰাসৰ লগতে  আন বহুতো দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

WhatsApp Image 2025-12-03 at 3.06.07 PM

 ইপিনে লামডিং লামডিং ৰে'লৱে ষ্টেচনৰ চালক লবীত শতাধিক  ৰানিং ষ্টাফে এই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।     

লামডিং