/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-15-14-23.jpg)
ডিজিটেল ডেস্কঃ লামডিঙত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড। পুৱতি নিশা সংঘটিত হয় এই ঘটনা। ইপিনে লামডিঙৰ বৃক ফিল্ড কলোনীৰ প্ৰায় ৩০ টা বাসগৃহ সম্পূর্ণ ভস্মিভূত হয় এই অগ্নিকাণ্ডত।
/asomiyapratidin/media/post_attachments/289f1a75-1d1.png)
উল্লেখ্য যে, এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি সহ সকলো নথিপত্ৰ সম্পূৰ্ণ ৰূপে জুইত জাহ যায়। ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হয়। ইপিনে অগ্নিনিৰ্বাপক বাহিনীৰ ৪ খন বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/5d6c7d85-0be.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us