লামডিং ৰে’লৱে অফিচাৰ কলনীত অগ্নিকাণ্ড...

লামডিঙত বিধ্বংসী অগ্নিকাণ্ড। লামডিং ৰে’লৱে অফিচাৰ কলনীত সংঘটিত হৈছে এই ঘটনা। ৰে’ল কোৱাটাৰৰ লগতে লাগি থকা কামাখ্যা লোধ নামৰ এজন ব্যক্তিৰ ঘৰত অগ্নিকাণ্ড।

author-image
Asomiya Pratidin
New Update
lunding
  • লামডিঙত বিধ্বংসী অগ্নিকাণ্ড।
  • লামডিং ৰে’লৱে অফিচাৰ কলনীত সংঘটিত হৈছে এই ঘটনা।
  • ৰে’ল কোৱাটাৰৰ লগতে লাগি থকা কামাখ্যা লোধ নামৰ এজন ব্যক্তিৰ ঘৰত অগ্নিকাণ্ড।
  • অগ্নকাণ্ডত সম্পূর্ণৰূপে ভস্মীভূত হয় ব্যক্তিজনৰ ঘৰ।
  • LPG চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
  • জুইত জাহ গৈছে প্রায় লক্ষাধিক টকাৰ সামগ্রী। 
  • ঘটনাস্থলীত লামডিং অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপণ কৰে।
লামডিং