লামডিংত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

গুৱাহাটীৰ পৰা মিজোৰাম অভিমুখে যোৱাৰ পথত NL 01AJ0777দুৰ্ঘটনাগ্ৰস্ত হয় এখন ট্ৰাক। ট্ৰাকখনত অনলাইন সামগ্ৰী কঢ়িয়াই লৈ গৈ আছিল মিজোৰাম লৈ ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ লামডিংত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথতসংঘটিত এই দুৰ্ঘটনাটো। গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে এখন বাহনে। 

গুৱাহাটীৰ পৰা মিজোৰাম অভিমুখে যোৱাৰ পথত NL 01AJ0777দুৰ্ঘটনাগ্ৰস্ত হয়  এখন ট্ৰাক। ট্ৰাকখনত অনলাইন সামগ্ৰী কঢ়িয়াই লৈ গৈ আছিল মিজোৰাম লৈ । ইপিনে দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে চালক আৰু হেণ্ডিমেনৰ। লগে লগে ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন উদ্ধাৰ অব্যাহত কৰে।

WhatsApp Image 2025-12-27 at 8.26.49 PM

লামডিং