লামডিঙত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ এটি মৃতদেহ

লামডিঙত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ এটি মৃতদেহ । লামডিঙৰ হাফলং ৰোডত এটি কাৰ্লভাটৰ তলত উদ্ধাৰ মৃতদেহটো । মৃতদেহ উদ্ধাৰকলৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি  

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • লামডিঙত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ এটি মৃতদেহ 
  • লামডিঙৰ হাফলং ৰোডত এটি কাৰ্লভাটৰ তলত উদ্ধাৰ মৃতদেহটো 
  • মৃতদেহ উদ্ধাৰকলৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি  
  • মৃতদেহটো লামডিং শান্তিপাৰাৰ নিৱাসী অৰুণ চৌধুৰীৰ বুলি দাবী কৰিছে পৰিয়ালৰ লোকে 
  • বিগত ১৭ জুনৰ পৰা নিখোজ হৈ আছিল অৰুণ চৌধুৰী 
  • এই সন্দৰ্ভত লামডিং থানাত পৰিয়ালৰ লোকে এজাহাৰো দাখিল কৰিছিল 
  • ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষী
  • মৃতদেহটো উদ্ধাৰৰ ব্যৱস্থা কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত 
লামডিং