New Update
/asomiyapratidin/media/media_files/2025/05/18/4ch40ECBv4UZTzbT5M5c.jpg)
- লামডিঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
- তীব্ৰবেগী অভাৰ লডিং বাঁহ ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী ব্যক্তি
- হাফলং- লামডিং সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইটাভট্টা চাৰি আলিত সংঘটিত এই দুৰ্ঘটনা
- ডিমাহাচাওৰ পৰা অন্ধ্ৰপ্ৰদেশ অভিমুখী এখন ট্ৰাক মহতিয়াই এজন ব্যক্তিক
- এই পৰ্যন্ত মৃতকৰ পৰিচয় উদ্ধাৰ হোৱা নাই
- ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত আৰম্ভ
- AP 39 UU 5567 নম্বৰৰ ট্ৰাকখন জব্দ আৰক্ষীৰ