New Update
/asomiyapratidin/media/media_files/2025/09/20/lumding-20-2025-09-20-13-28-14.jpg)
- জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অসমত শোকৰ ছাঁ।
- শিল্পীগৰাকীলৈ সন্মান জনাই আজি ৰে'ল চহৰ লামডিঙত পোৱাই পৰা বন্ধ পালন কৰা হয়।
- লামডিং চেম্বাৰ অফ কমাৰ্চ আৰু মাৰ্চেন্ট এছোচিয়েছনে এই পদক্ষেপ গ্ৰহণ কৰে।
- জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই লামডিঙত স্কুল কলেজ আজি বন্ধ ৰখা হয়।
- এই বন্ধৰ ফলত সমগ্ৰ লামডিং স্তব্ধ হৈ পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us