/asomiyapratidin/media/media_files/2025/09/10/300-2025-09-10-21-48-16.jpg)
ডিজিটেল ডেস্ক : বুধবাৰে এক মাংগলিক পৰিৱেশত নৱপ্ৰতিষ্ঠিত লুইত টিভিএছৰ শ্ব'ৰুম এটি উদ্বোধন কৰা হয়। এই অনুষ্ঠানত লুইত টিভিএছৰ দ্বাৰা আগবঢ়োৱা সেৱাসমূহৰ ওপৰত আলোকপাত কৰা হয়।
দিনৰ ১২-১৫ বজাত বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে ১২-২৫ বজাত ভাষণ প্ৰদান কৰে বিশিষ্ট অতিথি সমীৰ সিঙে। আনহাতে উক্ত অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই ছাজাহান আলীয়ে।