মানুহৰ কাৰণে প্ৰকৃতিৰ অনুপম দান "লুকুমা"

মানুহৰ কাৰণে প্ৰকৃতিৰ অনুপম দান "লুকুমা"

author-image
Asomiya Pratidin
New Update
মানুহৰ কাৰণে প্ৰকৃতিৰ অনুপম দান "লুকুমা"

ডিজিটেল ডেস্কঃ নালাগে আপুনি প্ৰতিদিনে কাজু-খিচমিচ খাব। মাত্ৰ এটা ফলে আপোনাক দিব ৫০০ বাঘৰ সমান গতি।

বজাৰত আপুনি বিভিন্ন ধৰণৰ ফলমূল কিনিবলৈ পাব,যিবোৰ আপোনাৰ শৰীৰৰ বাবে বহুত উপকাৰী। কিন্তু আজি আপোনাক কম এবিধ এনে ফলৰ বিষয়ে যিবিধ ফলে আপোনাৰ শৰীৰত যোগান ধৰিব সকলো লাগতিয়াল উপাদান।

এইবিধ হৈছে "লুকুমা"

প্ৰ'টিনৰ পাৱাৰ হাউচ বুলি কোৱা হয় এই ফলবিধক। লগতে ইয়াত প্ৰচুৰ পৰিমাণৰ আঁহ, ভিটামিন C,জিংক, আইৰণৰ লগতে বেটা কেৰোটিন পোৱা যায়। ফলস্বৰূপে শৰীৰত কাজু খিচমিচ আৰু বাদামতকৈও অধিক শক্তি প্ৰদান কৰে লুকুমা ফলবিধে।

লুকুমাৰ ওপৰৰ অংশ সেউজীয়া আৰু ভিতৰৰ অংশ হালধীয়া। স্বাস্থ্যৰ বাবে এই ফলবিধ বনৌষধি। এই ফলবিধে শৰীৰত অতিমাত্ৰা শক্তি প্ৰদান কৰে।

Lucuma