/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/745829c7-8f34-4021-b280-ed788554d9cd/AP_FOR_WEB_voters_day_.jpg)
-
বাৰাণসী লোকসভা সমষ্টিত ৬২২৩ ভোটত আগবাঢ়ি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
-
গান্ধীনগৰত আগবাঢ়ি আছে গৃহমন্ত্ৰী অমিত শ্বাহ
-
ৰায়বৰেলী আৰু ৱায়ান্দত আগবাঢ়ি আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী
-
লখনৌত ২৩৪৫ ভোটত আগবাঢ়ি আছে মন্ত্ৰী ৰাজনাথ সিং
-
আমেঠীত পিছপৰি আছে বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণী
-
মেনকা গান্ধীতকৈ ১৮৭২ ভোটত অগ্ৰগতি সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী ৰাম ভুৱালৰ
-
অযোধ্যাত পিছ পৰি আছে বিজেপি প্ৰাৰ্থী
-
হিমাচলৰ মণ্ডীত আগবাঢ়ি আছে বিজেপিৰ কংগণা ৰানাৱট
-
পশ্চিমবংগত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল প্ৰতিদ্বন্দিতা
-
হাইদৰাবাদত AIMIM প্ৰাৰ্থী আগবাঢ়ি আছে আছাৱুদ্দিন ওৱেছি
-
মথুৰাত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী হেমা মালিনী।
Also Read: মেঘালয়ৰ তুৰা সমষ্টিত জয়ৰ দিশে কংগ্ৰেছ...