/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/19167db2-ee7a-4136-96e7-9f743e7af083/AP_FOR_WEB_LIVE_UPDATE.jpg)
IND VS SA
সন্ধিয়া ৬-৩৫বজাত: বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত।
প্ৰথম ইনিংছত বেটিং কৰিব ভাৰতে ।
সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব মহাৰণ।
সন্ধিয়া ৭. বজাত: আৰম্ভ ভাৰত- দক্ষিণ আফ্ৰিকাৰ খেল
প্ৰথমটো বলত কে এল ৰাহুলৰ ৪ ৰাণ।
সন্ধিয়া ৭.১৪ বজাত:
২ অভাৰ ৪ টা বলত ২১ ৰাণ সংগ্ৰহ ভাৰতৰ।
বৰ্ষাপাৰত কে এল ৰাহুলৰ প্ৰথমটো ৪ আৰু ৬ ।
সন্ধিয়া ৭.২০ বজাত:
৪ অভাৰত ভাৰতৰ ৩৬ ৰাণ সংগ্ৰহ
গড় ৰাণ ৰেট ৯ ।
সন্ধিয়া ৭.২৮ বজাত:
৬ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৫৭ ৰাণ সংগ্ৰহ টীম ইণ্ডিয়াৰ।
ক্ৰীজত আছে ৰাহুল- ৰোহিত।
সন্ধিয়া ৭.৪৭ বজাত:
বৰ্ষাপাৰত ভাৰতৰ প্ৰথমটো ইউকেট।
৬ মাৰিবলৈ গৈ আউট হ'ল ৰোহিত শৰ্মা।
৩৭ টা বলত ৪৩ ৰাণ ৰোহিত শৰ্মাৰ।
সন্ধিয়া ৭.৫৮ বজাত:
২৮ টা বলত ৫৭ ৰাণ সংগ্ৰহ কৰি পেভেলিয়ানলৈ উভতিল ৰাহুল।
ৰাহুলৰ স্থানত বেটিং ল'বলৈ আহে সূৰ্য কুমাৰ যাদৱ।
সন্ধিয়া ৮.২০ বজাত:
১৮টা বলত ৫৪ ৰাণ সম্পূৰ্ণ কৰিলে সূৰ্য কুমাৰ যাদৱে।
টীম ইণ্ডিয়াৰ স্কোৰ আছিল ১৬ অভাৰত ১৭৮ ৰাণ।
সন্ধিয়া ৮.৩০ বজাত:
ভাৰতৰ খেলে মোহিত কৰিছে দৰ্শকক।
১৭.২ অভাৰত ২০০ ৰাণ সম্পূৰ্ণ টীম ইণ্ডিয়াৰ।
৮.৩৫ বজাত:
ৰাণ আউট হ'ল সূৰ্য কুমাৰ যাদৱ।
২২ ৰাণত ৬১ ৰাণ সংগ্ৰহ।
৮.৪0 বজাত:
২০ অভাৰত ২৩৭ ৰাণ সংগ্ৰহ টীম ইণ্ডিয়াৰ।
দক্ষিণ আফ্ৰিকাক লক্ষ্য বান্ধি দিলে ২৩৮ ৰাণৰ।
৮.৫৫ বজাত:
দক্ষিণ আফ্ৰিকাৰ বেটিং আৰম্ভ।
লক্ষ্য় ২৩৬ ৰাণৰ।
১ অভাৰত ১ ৰাণো কৰিবলৈ সক্ষম নহ'ল দক্ষিণ আফ্ৰিকা।
৯.০৩ বজাতঃ
দ্বিতীয় অভাৰত দক্ষিণ আফ্ৰিকাৰ ১ ৰাণতে প্ৰথমতো উইকেটৰ পতন।
ভাৰতৰ হৈ প্ৰথমতো উইকেট দখল কৰে বাওঁহতীয়া পেচাৰ অৰ্শদীপ সিঙে।
দিনেশ কাৰ্তিকৰ হাতত কেচ দি দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়তো উইকেটৰ পতন।
৯.৪৯ বজাত:
৬.২ অভাৰত ৩ ইউকেট গ'ল দক্ষিণ আফ্ৰিকাৰ।
৪৭ ৰাণ সংগ্ৰহ।
১০.২৯ বজাতঃ
দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰৰ অৰ্ধ শতক।
১৪ অভাৰত ৩টা উইকেটৰ বিনিময়ত ১২৫ ৰাণ সংগ্ৰহ।
১০.৪০ বজাত
দক্ষিণ আফ্ৰিকাৰ উইকেট ৰক্ষক বেটছমেন কুইণ্টন ডি ককৰ অৰ্ধ শতক।
৩৯ টা বলত অৰ্ধ শতক অৰ্জন ডি ককৰ।
১১.০৬ বজাত
ডেভিদ মিলাৰৰ শতক ।
৪৬ টা বলত শতক মিলাৰৰ।