গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰম্ভ লাইভ শুনানিঃ ইউটিউবৰ জৰিয়তে চাব পাৰিব শুনানি...

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত এই ব্যৱস্থা...

author-image
Asomiya Pratidin
New Update
দোষমুক্ত হ'ল উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীত আটাইকেইজন অভিযুক্ত...

guwahati high court

  • গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰম্ভ হ’ল গোচৰৰ ‘লাইভ’ শুনানি প্রক্রিয়া।

  • উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ পৰা আৰম্ভ হৈছে ‘লাইভ শুনানি’ প্ৰক্ৰিয়া।

  • প্রথম অৱস্থাত ১, ২ আৰু ৬ নম্বৰ বিচাৰ প্রক্রিয়া ‘লাইভ’ হ’ব।

  • পৰৱৰ্তী সময়ত বাকী ক’ৰ্টসমূহৰ পৰাও লাইভ কৰা হ’ব শুনানিপ প্ৰক্ৰিয়া।

  • ইউটিউবত এতিয়াৰে পৰা আগ্রহীসকলে চাব পাৰিব গোচৰৰ লাইভ শুনানি।

guwahati high court