বড়ো লিখক সন্থাৰ আজীৱন সদস্যৰ মেল

বড়ো লিখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে সঞ্চালনা কৰা সভাত বড়ো লিখক সন্থাৰ বহু আজীৱন সদস্য সকলে অংশগ্ৰহণ কৰে ।

author-image
Asomiya Pratidin
New Update
বড়ো লিখক সন্থাৰ আজীৱন সদস্যৰ মেল

ডিজিটেল ডেস্ক : মুম্বাইৰ ৰাজস্থান ভৱনৰ সভাগৃহত দেওবাৰে বড়ো লিখক সন্থাৰ বিষয়ববীয়া আৰু আজীৱন সদস্যসকলৰ মাজত এক অনুষ্ঠান অনুষ্ঠিত হয় । বড়ো লিখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে সঞ্চালনা কৰা সভাত বড়ো লিখক সন্থাৰ বহু আজীৱন সদস্য সকলে অংশগ্ৰহণ কৰে ।

Advertisment
বড়ো লিখক সন্থাৰ আজীৱন সদস্যৰ মেল
বড়ো লিখক সন্থাৰ আজীৱন সদস্যৰ মেল

 

উক্ত সভাতে বড়ো লিখক সন্থাৰ সাধাৰণ সম্পাদক আনন্দ ৰাম ৱাৰীয়ে সাধাৰণ সম্পাদকৰ বছেৰেকীয়া সম্পাদকীয় পাঠ কৰে । সভাত মুম্বাই বড়ো জনগোষ্ঠী কল্যাণ সন্থাৰ বিষয়ববীয়া, মুম্বাইত চাকৰি লোক,  মুম্বাইৰ বিভিন্ন শিক্ষানুষ্ঠানবোৰ ছাত্ৰ-ছাত্ৰী, অসমৰ পৰা অহা বহু সাহিত্যিক  সকলে অংশগ্ৰহণ কৰে ।

সভাত বড়ো সাহিত্যক  বিশ্বৰ দৰবাৰত চিনাকী দিয়াৰ বাবে প্ৰতিজন বড়ো লোককে আগভাগ লবলৈ আহ্বান জনায়।

mumbai