New Update
/asomiyapratidin/media/media_files/2025/01/04/mDGekGJUPwFM7I8q8Ci5.jpg)
leopard in nagaon
- নগাঁৱত নাহৰফুটুকীৰ আতংক।
- ঢাকাইপট্টীৰ ৰিগেল আৰ্গিদৰ সন্মুখত প্ৰত্যক্ষ কৰা হৈছে নাহৰফুটুকীটো।
- আতংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।
- চিচিটিভি কেমেৰাত দৃশ্যমান নাহৰফুটুকীটো।
- ইতিমধ্যে ট্ৰাংকুলাইজ কৰা হৈছে নাহৰফুটুকীটোক।
- বৰবজাৰত মুক্ত বিচৰণ কৰা প্ৰত্যক্ষ কৰিছে ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us