ধিক্ : সভ্য সমাজক লজ্জানত কৰি পথৰ কাষত এৰি গ'ল নৱজাতকক

কোনো পাষাণ পিতৃ - মাতৃয়ে নিজৰ কুকৰ্ম সমাজৰ পৰা লুকুৱাই নৱজাতকক পেলাই দিলে পথৰ কাষত ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
488
  • নগাঁৱত মানৱ সমাজক লজ্জানত কৰাৰ ঘটনা ।
  • কোনো পাষাণ পিতৃ - মাতৃয়ে নিজৰ কুকৰ্ম সমাজৰ পৰা লুকুৱাই নৱজাতকক পেলাই দিলে পথৰ কাষত ।
  • নগাঁও চহৰৰ সমীপৰ বৰভেটি চলচলি সংযোগী পথৰ কাষত এটা মোনাৰ ভিতৰত উদ্ধাৰ হৈছে এটা নৱজাতকৰ মৃতদেহ। 
  • নগাঁও -হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে নৱজাতকৰ মৃতদেহটো।
নগাঁও নগাঁও আৰক্ষী