Advertisment

শেহতীয়া খবৰ : এন ডি এক পিচ পেলাই ঝাৰখণ্ডত আগত ইণ্ডিয়া...

ঝাৰখণ্ডত ওলোট-পালট হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপট। কিছু সময় আগলৈকে ৰাজ্যখনত গৰিষ্ঠসংখ্যক আসনতে আগবাঢ়ি আছিল এন ডি এ প্ৰাৰ্থী। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
jharkhand

ডিজিটেল ডেস্ক : ঝাৰখণ্ডত ওলোট-পালট হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপট। কিছু সময় আগলৈকে ৰাজ্যখনত গৰিষ্ঠসংখ্যক আসনতে আগবাঢ়ি আছিল এন ডি এ প্ৰাৰ্থী। 

Advertisment

শেহতীয়াকৈ অহা খবৰ অনুসৰি এইবাৰ ৫১ খন আসনৰ অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়া প্ৰাৰ্থীয়ে। ২৮খন আসনত আগবাঢ়ি আছে এন ডি এ। ৰাজ্যখনৰ মুঠ আসনৰ সংখ্যা ৮১ খন। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যা ৪১ খন।

বিধানসভা ঝাৰখণ্ড