" চামগুৰি বিধানসভা সমষ্টিৰ ভোটগণনাৰ ১৪ ৰাউণ্ডৰ অন্তত অগ্ৰগতি লাভ বিজেপিৰ। তথ্য অনুসৰি বিজেপিয়ে লাভ কৰিছে ৭৮৩৬১ টা ভোটষ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৫৫,৫৫৩টা ভোট। ২২,,৮০৮ টা ভোটত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা আগবাঢ়ি আছে। "