New Update
/asomiyapratidin/media/media_files/2025/05/16/EndmNkR9pvTqbE9B8aLV.jpg)
কন্যা দক্ষ এপিএছ বিষয়া, পিতৃ অবৈধ সুৰাৰ বেপাৰী
- লতাশিল আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমানৰ বিলাতী সুৰা
- দীৰ্ঘদিন ধৰি উজানবজাৰত সুৰাৰ বেহা চলাই আহিছে ধৃত ধন দাসে
- আৰক্ষীয়ে বিভিন্ন সময়ত ধন দাসৰ বাসগৃহত অভিযান চলাইছিল
- আৰক্ষীয়ে বাৰে বাৰে সুৰা বিক্ৰী কৰিবলৈ বাধা দি আহিছে ধন দাসক
- ধৃত ধন দাসৰ কন্যা এগৰাকী দক্ষ এপিএছ বিষয়া
- এপিএছ কন্যায়ে লতাশিল আৰক্ষীক অৱগত কৰিছিল বিষয়টো
- সুৰা বিক্ৰী কৰাৰ বাবে এপিএছ কন্যা নাথাকে পিতৃৰ লগত
- বৰ্তমান শোণিতপুৰ জিলাত ডিএছপি হিচাপে কৰ্মৰত ধন দাসৰ কন্যা