New Update
/asomiyapratidin/media/media_files/2025/09/21/382-2025-09-21-00-00-19.jpg)
- নিশা ১২-৩০ বজাত নতুন দিল্লীৰ বিমান বন্দৰত জুবিন গাৰ্গৰ নশ্বৰ দেহত ৰাজ্যবাসীৰ হৈ প্ৰথম শ্ৰদ্ধা জনাব ড০ হিমন্ত বিশ্ব শৰ্মাই।
- তাৰ পূৰ্বে যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰিব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।
- তাৰ পাছতে আন এখন বিমানেৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অহা হ’ব গুৱাহাটীলৈ।
- পুৱতি নিশা ৩-৩০ - ৪-০০ বজাত গুৱাহাটী পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ ।
- তাৰ পাছতে তেওঁক লৈ যোৱা হ’ব কাহিলীপাৰাৰ বাসগৃহলৈ।