নখুটীত ধনৰ লেনদেনক লৈ এজনক চুৰীকাঘাট

নখুটীত ধনৰ লেনদেনক লৈ এজনক চুৰীকাঘাট

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...

ডিজিটেল সংবাদ,লংকাঃ লংকাৰ নখুটীত এক ভয়াৱহ ঘটনা সংঘটিত হৈছে। ধনৰ লেনদেনক লৈ নৰুল হক নামৰ এজন লোকক চুৰিৰে আক্ৰমণ কৰে অন্য ৩ জন লোকে। নখুটী ডেকা বস্তিত সংঘটিত হয় এই ঘটনা।

Advertisment

জানিব পৰা মতে, নৰুল হকক ধাৰলৈ দিয়া ৩০ হাজাৰ টকা বিচাৰিছিল চিতাফ উদ্দিন, কুটী আৰু লাভলু হুছেইন নামৰ লোক কেইজনে। প্ৰাপ্য ধন নোপোৱাত প্ৰথমে নৰুল হকৰ লগত ৩ জনৰ কথাৰ কটাকটি হয়। পৰৱৰ্তী সময়ত নুৰুল হকক চুৰিৰে আক্ৰমণ কৰি ৩ জন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

lanka