New Update
/asomiyapratidin/media/media_files/2025/07/03/bvcbvbvb-2025-07-03-18-05-02.jpg)
- শিলচৰ - লামডিং পাহাৰীয়া ৰে'ল পথত পুনৰ ভূমিস্খলন
- মুপা ষ্টেচনৰ সমীপত দুপৰীয়া সংঘটিত হৈছে ভূমিস্খলন
- পাহাৰৰ পৰা মাটি আৰু শিল খহি পৰে ৰে'লপথৰ ওপৰত
- সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে শিলচৰ- লামডিং ৰে'লপথত যাতায়ত
- ভুমিস্খলনৰ ফলত আবদ্ধ ১৫৬১৬ শিলচৰ- গুৱাহাটী এক্সপ্ৰেছ
- বৰ্তমান মুপা ষ্টেচনলৈ ওভতাই অনা হৈছে ৰে'লখন
- ৰে'ল পথচোৱা মুকলি কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম কৰিছে ৰে'ল বিভাগে
- বৰষুণ নহ'লে নিশা পুনৰ ৰে'লপথটো মুকলি হোৱাৰ সম্ভাৱনা