লামডিঙত ভূমিস্খলনঃ বন্ধ হৈ পৰিল ৰাষ্ট্ৰীয় ঘাইপথ...

ভূমিকম্পৰ ফলত ভূমিস্খলন হোৱাৰ সন্দেহ একাংশ পথাচাৰীৰ। এছ টাৰ্নিং পইন্টস্থিত পাহাৰৰ মাটি খহি এটা অংশ বন্ধ হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ বন্ধ হৈ পৰাত বহু অসুবিধাৰ সন্মুখীন হৈছে পথাচাৰী।

author-image
Asomiya Pratidin
New Update
1
  • লামডিং-লংকা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন।
  • ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এছ টাৰ্নিং পইন্টত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ।
  • ভূমিকম্পৰ ফলত ভূমিস্খলন হোৱাৰ সন্দেহ একাংশ পথাচাৰীৰ।
  • এছ টাৰ্নিং পইন্টস্থিত পাহাৰৰ মাটি খহি এটা অংশ বন্ধ হৈ পৰিছে।
  • ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ বন্ধ হৈ পৰাত বহু অসুবিধাৰ সন্মুখীন হৈছে পথাচাৰী।
ভূমিস্খলন