New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/breaking-Plate.jpg)
গুৱাহাটী-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন
বৰষুণৰ ফলত পাহাৰৰ পৰা খহি পৰে প্ৰকাণ্ড শিল আৰু মাটি
ফলত ব্যাহত যাতায়ত ব্যৱস্থা
পাহাৰৰ পৰা নামি অহা শিল-মাটিয়ে পুতিলে ১৮ চকীয়া ট্রাক
মেঘালয় পূব জয়ন্তীয়া হিলছৰ কুলিয়াঙত সংঘটিত এই ভূমিস্খলন