New Update
/asomiyapratidin/media/media_files/2025/09/15/whatsapp-image-20-2025-09-15-17-12-31.jpeg)
- মহানগৰীৰ ৰূপনগৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা
- ভূমিস্খলনৰ ফলত এগৰাকী মহিলাৰ মৃত্যু
- মৃত মহিলাগৰাকীৰ নাম ৰিনা ডেকা দাস
- পাহাৰৰ পৰা খহিপৰা প্ৰকাণ্ড শিলে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে এটা ঘৰ
- ঘৰটোৰ ভিতৰতে আছিল মৃত মহিলা গৰাকী
- ঘটনাস্থলীত উপস্থিত NDRF আৰু SDRF বাহিনী
- বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান
- দুৰ্গম স্থানত হোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দলৰ