শিলচৰ-লামডিং ৰে’লপথত পুনৰ ভূমিস্খলন, বাতিল দুখন ৰে’লৰ যাত্রা

শিলচৰ-লামডিং ৰে’লপথৰ মুপা আৰু ডিহাখো ষ্টেচনৰ মাজত পুনৰ ভূমিস্খলন। পাহাৰৰ পৰা বোকা মাটি আৰু শিল খহি বন্ধ হৈ পৰিছে ৰে’লপথ। ভূমিস্খলনৰ বাবে পুনৰ বাতিল কৰা হৈছে দুখন ৰে’লৰ যাত্রা। সময় সালসলনি কৰা হৈছে আন তিনিখন ৰে’লৰ

author-image
Asomiya Pratidin
New Update
dsdsds
  • শিলচৰ-লামডিং ৰে’লপথৰ মুপা আৰু ডিহাখো ষ্টেচনৰ মাজত পুনৰ ভূমিস্খলন
  • পাহাৰৰ পৰা বোকা মাটি আৰু শিল খহি বন্ধ হৈ পৰিছে ৰে’লপথ
  • ভূমিস্খলনৰ বাবে পুনৰ বাতিল কৰা হৈছে দুখন ৰে’লৰ যাত্রা
  • সময় সালসলনি কৰা হৈছে আন তিনিখন ৰে’লৰ
  • বাতিল কৰা হৈছে ১৫৮৮৮ নম্বৰৰ গুৱাহাটী-বদৰপুৰ ৰে’লসেৱা
  • ১৫৮৮৭ নম্বৰ বদৰপুৰ-গুৱাহাটী ৰে’লসেৱাও বাতিল
  • শুকুৰবাৰে নিশা ১০-৪০ বজাৰ শিলচৰ-ৰঙিয়া এক্সপ্ৰেছৰ সময় সলনি
  • ১৫৬১২ নম্বৰ শিলচৰ-ৰঙিয়া এক্সপ্ৰেছখন যাব শনিবাৰে পুৱা ৬ বজাত
  • ১৫৬১৫ নম্বৰ গুৱাহাটী-শিলচৰ এক্সপ্রেছ যাব শনিবাৰে পুৱা ৬ বজাত
  • ০৭০২৯ আগৰতলা-চেন্নাই স্পেচিয়েল ৰে’লখন যাব শনিবাৰে পুৱা ৫ বজাত
ভূমিস্খলন