/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8dc76cf9-adb1-4b91-86ab-06269a350d22/sowansiri_08.jpg)
NHPC
-
পুনৰ আন এক অঘটন সংঘটিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত।
-
গেৰুকামুখ প্রকল্পৰ ডাইভাৰছন টানেলৰ ইনটেক্ট পইণ্টত হৈছে ভূমিস্খলন ।
-
কিছুদিন পূৰ্বেও এই টানেলটো ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছিল।
-
ফলত বিধ্বস্ত হৈ পৰিছিল ডাইভাৰছন টানেল আৰু এটা পথ।
-
আজি পুনৰ ভূমিস্খলন সংঘটিত হোৱাৰ পিছতে সোৱণশিৰিত সৃষ্টি হৈছে ভয়ংকৰ ঢৌৰ।
-
উল্লেখ্য যে অৰুণাচলত বিগত কিছুদিন ধৰি অব্যাহত নেৰা-নেপেৰা বৰষুণ।
-
যাৰ বাবে সঘনে সৃষ্টি হৈ আছে ভূমিস্খলন।