New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/f5a804fd-5f89-4db7-9160-a9a616e37a2d.jpg)
- লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন।
- ইছৰ'ৰ অধ্যক্ষ কে শিৱানে কৰিলে এই ঘোষণা।
- চন্দ্ৰপৃষ্ঠ পোৱাৰ পূৰ্বে Fine braking phase পাওতে ঘটিল অঘটন।
- চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে ২.১ কিলোমিটাৰ বাকী থাকোতে যোগাযোগ হৈছিল বিচ্ছিন্ন।
- বিক্ৰমৰ সৈতে পুনৰ যোগাযোগ স্থাপনৰ চেষ্টা চলাই আছে বিজ্ঞানীসকলে।