লামডিঙত মৌলানা হাফিজ আল্লাউদ্দিন চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু...

লামডিঙত মৌলানা হাফিজ আল্লাউদ্দিন চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু ৷  আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে মৌলনা গৰাকীৰ বিৰুদ্ধে লামডিং থানাত এজাহাৰ দাখিল কৰিছে  ৷

author-image
Asomiya Pratidin
New Update
ujjjdd
  • লামডিঙত মৌলানা হাফিজ আল্লাউদ্দিন চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ 
  • আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে মৌলানা গৰাকীৰ বিৰুদ্ধে লামডিং থানাত এজাহাৰ দাখিল কৰিছে  ৷
  • মৌলনা গৰাকীয়ে ছচিয়েল মিডিয়াৰ জড়িয়তে জুবিন অনুৰাগীলৈ দিপাৱলী তথা কালি পূজা পালন নকৰিবলৈ আহ্বান জনাই ভিডিঅ' বনাইছিলে ৷ 
  • সেই ভিডিঅ'ৰ ভিত্তিতে মঙলবাৰে লামডিঙত হোজাই চৌধুৰী বজাৰৰ নিৱাসী তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মৌলানা  আল্লাউদ্দিন চোধুৰীৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছে ৷
লামডিং