New Update
/asomiyapratidin/media/media_files/2025/04/14/cVMYtqPsxZe36pIw1Ryx.jpg)
- লামডিং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৷
- এইবাৰ অভিযানত ড্ৰাগছ সহ আটক এগৰাকী যুৱক
- লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে হাতে লোতে আটক কৰে এই যুৱক জনক
- অভিযানত ২৬ গ্ৰাম নিসিদ্ধ ব্ৰাউন চুগাৰ আৰু এখন AS 02 T 8657 yehama বাইক যুৱকৰ পৰা জব্দ কৰে
- জানিব পৰা মতে আটোকাধীন যুৱকৰ নাম ৰঞ্জিত কুমাৰ শিং, ঘৰ লামডিং শংকৰ পল্লী অঞ্চলত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us