New Update
/asomiyapratidin/media/media_files/2025/05/03/Am5XmMcMAqdEuF4fFWQs.jpg)
- লখিমপুৰৰ ভোগপুৰ তৰাজুলিত শোকাবহ পথ দুৰ্ঘটনা।
- থিতাতে নিহত ৰিকি নেওগ নামৰ এগৰাকী মেধাবী ছাত্ৰী।
- পথৰ পৰা বাগৰি পৰি মৃত্যু ছাত্ৰী গৰাকীৰ।
- স্কুটিৰে গ্ৰীণ গ'ল্ড ৰিজৰ্টলৈ গৈ আছিল মৃত ৰিকি নেওগ।
- মৃত ছাত্ৰী গৰাকী শ্ৰীভূঞা গাঁৱৰ প্ৰয়াত ফনীধৰ নেওগৰ কন্যা।
- লখিমপুৰ ছোৱালী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত স্নাতক ২য় ষান্মাসিকৰ ছাত্ৰী আছিল ৰিকি।
- মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us