New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident
- লখিমপুৰ চুতীয়াকাৰীত শোকাৱহ পথ দুৰ্ঘটনা। 
- শুকুৰবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা। 
- টেক্টৰৰ খুন্দাত নিহত এগৰাকী মহাবিদ্যালয়ৰ ছাত্রী। 
- মহাবিদ্যালয়লৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা। 
- নিহত ছাত্রীগৰাকীৰ নাম লুকুমণি সোণোৱাল। 
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us