লখিমপুৰত নকল সোণৰ বেপাৰীক ধৰিবলৈ যোৱা আৰক্ষীক আক্রমণ

লখিমপুৰৰ বঙালমৰাত ভয়ংকৰ ঘটনা। নকল সোণ বেপাৰীক ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্রমণ। নকল সোণ বেপাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পিছতেই এই ঘটনা।

author-image
Asomiya Pratidin
New Update
image (11)
  • লখিমপুৰৰ বঙালমৰাত ভয়ংকৰ ঘটনা
  • নকল সোণ বেপাৰীক ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্রমণ
  • নকল সোণ বেপাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পিছতেই এই ঘটনা
  • শতাধিক লোকে আৰক্ষীক আক্রমণ কৰি মোকলাই নিয়ে বাহাৰুল ওৰফে আম্বানিক
  • আৰক্ষীয়ে লৈ যোৱা অসামৰিক বাহনত আক্রমণ একাংশৰ
  • আক্রমণত গুৰুতৰভাৱে আহত আৰক্ষীয়ে নিয়া বাহনখনৰ চালক
  • বঙালমৰা আৰক্ষী চকীৰ SI গকুল জয়শ্রীকো আক্রমণ দলটোৰ
  • ঘটনা সন্দৰ্ভত অব্যাহত আৰক্ষীৰ তদন্ত
লখিমপুৰ