শোকাৱহ! বান্দৰ খেদিবলৈ লগোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি নিহত দুই ভাতৃ

লখিমপুৰত আজি এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হয় কে বি ৰোডৰ দুই ভাতৃ ক্ৰমে আব্দুল কাদিৰ ওৰফে বাতে (৪৭) আৰু নুৰ আলম গাজিৰ (৪৫)...

author-image
Asomiya Pratidin
New Update
web ap lakhimpur
  • লখিমপুৰ কে বি ৰোডত শোকাৱহ ঘটনা।
  • বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু দুই ভাতৃৰ।
  • বান্দৰ খেদিবলৈ লগোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি নিহত দুই ভাতৃ।
  • মৃত দুই ভাতৃ প্ৰয়াত নুৰ মহম্মদ গাজিৰ পুত্ৰ।
  • নিহত দুই ভাতৃ আব্দুল কাদিৰ ওৰফে বাতে (৪৭) আৰু
  • নুৰ আলম গাজি (৪৫) বুলি চিনাক্ত।
লখিমপুৰ