New Update
/asomiyapratidin/media/media_files/2025/01/19/qEzNEpPQz2hpX0sfrCNS.jpg)
মহানগৰীৰ ভাৰাঘৰত পুনৰ যুৱতীৰ আত্মহনন Photograph: (মহানগৰীৰ ভাৰাঘৰত পুনৰ যুৱতীৰ আত্মহনন)
- মহানগৰীৰ ভাৰাঘৰত পুনৰ যুৱতীৰ আত্মহনন।
- গীতানগৰৰ মনালিছা পথৰ হাউচ নং ৫ত এই ঘটনা।
- চিপ লোৱা অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।
- নিহত যুৱতীগৰাকীৰ ঘৰ লখিমপুৰত
- যুৱতীগৰাকী ৩২ বছৰীয়া জ্যোতিস্মিতা গগৈ বুলি জানিব পৰা গৈছে।
- বিগত ১মাহৰ ভিতৰত মহানগৰীত কেইবাগৰাকীও যুৱতীয়ে বাচি লৈছে আত্মহননৰ পথ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us