জম্মুত পাকিস্তানৰ দুখন JF17 যুদ্ধ বিমান ধ্বংস কৰি লাহোৰত আক্ৰমণ ভাৰতৰ...

পাকিস্তানে জম্মুত আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱাৰ পাছতে লাহোৰত ভাৰতে কৰিলে ড্ৰোণেৰে আক্ৰমণ। এই আক্ৰমণ বহু ক্ষয়-ক্ষতি হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
laohhh

ডিজিটেল ডেস্কঃ পাকিস্তানে জম্মুত আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱাৰ পাছতে লাহোৰত ভাৰতে কৰিলে ড্ৰোণেৰে আক্ৰমণ। এই আক্ৰমণ বহু ক্ষয়-ক্ষতি হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।

ইফালে পাকিস্তান ভাৰতত আক্ৰমণ কৰিবলৈ জন্মুত প্ৰৱেশ কৰা পাকিস্তানৰ দুখন JF17 যুদ্ধ বিমানক ভূপতিত কৰিলে  ভাৰতৰ S400 ডিফেঞ্চ চিষ্টেমে। 

ইফালে ভাৰতীয় সেনাৰ শক্তি দেখি কপঁনি উঠিছে পাকিস্তানৰ। পাকিস্তানে শেহতীয়াকৈ ভাৰতৰ সৈতে যুদ্ধ এৰি আলোচনা কৰাৰ প্ৰস্তাৱো দিয়াৰ কথা পোহৰলৈ আহিছে। 

ভাৰত-পাকিস্তান