জম্মু-কাশ্মীৰত প্ৰচণ্ড গুলীয়াগুলি, নিহত দুই সন্ত্ৰাসবাদী...

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি। সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী। কুপৱাড়া অঞ্চলত শনিবাৰে পুৱাৰে অব্যাহত আছে গুলীয়াগুলি।

author-image
Asomiya Pratidin
New Update
kkkdd
  • জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি।
  • সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী।
  • কুপৱাড়া অঞ্চলত শনিবাৰে পুৱাৰে অব্যাহত আছে গুলীয়াগুলি।
  • বৰ্তমানেও উক্ত অঞ্চলটোত অব্যাহত আছে সেনাৰ অভিযান।
  • উক্ত অভিযানত সেনাৰ সৈতে সহযোগিতা আগবঢ়াইছে জম্মু-কাশ্মীৰ আৰক্ষীয়েও।

জম্মু-কাশ্মীৰ