/asomiyapratidin/media/media_files/2026/01/18/653-2026-01-18-16-17-34.jpg)
ডিজিটেল ডেস্ক : বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত আয়োজন কৰা হৈছে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনৰ। ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব এই অখণ্ড কীৰ্তন।
উল্লেখযোগ্য যে, অহা ২০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰী ২০২৬লৈ বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত হ'ব ১২ দিনীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তন। দেশ-বিদেশৰ ১০৭ খন শাখা সেৱাশ্ৰমে ভাগ ল'ব এই একনাম অখণ্ড কীৰ্ত্তনত।
প্ৰতি ১২বছৰৰ মূৰত এমহীয়া আৰু প্ৰতিবছৰে ১২ দিনীয়াকৈ অনুষ্ঠিত হয় কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us