কচুতলিৰ উচ্ছেদস্থলীত সুউচ্চ মেজি জ্বলাই ভোগালী বিহু উদযাপন...

ৰাজ্যৰ আন প্ৰান্তৰ লগতে কচুতলিৰ উচ্ছেদস্থলীত সুউচ্চ মেজি জ্বলাই ভোগালী বিহু উদযাপন। কচুতলিৰ ১১১টা খিলঞ্জীয়া পৰিয়ালে পাৰকুমাত মেজি জ্বলাই উদযাপন কৰে ভোগালী বিহু।

author-image
Asomiya Pratidin
New Update
new ap web 3
  • কচুতলিৰ উচ্ছেদস্থলীত সুউচ্চ মেজি জ্বলাই ভোগালী বিহু উদযাপন
  • কচুতলিৰ ১১১টা খিলঞ্জীয়া পৰিয়ালে পাৰকুমাত মেজি জ্বলাই উদযাপন কৰে ভোগালী বিহু
  • ৩০বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে ৰাইজে ডিগাৰু নৈত গা ধুই মেজি জ্বলাই অগ্নিসেৱা কৰে
  • উচ্ছেদৰ পিছত খিলঞ্জীয়া ৰাইজৰ ভঁৰাল শস্যৰে উপচি পৰিছে
  • সুৰক্ষিত ডিমৰীয়া গঢ়াৰ দূৰদৰ্শী পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন ৰাইজক
ভোগালী বিহু অসম