ৰে'লপথত আইইডি বিস্ফোৰণ, স্তব্ধ ৰে'লসেৱা

কোকৰাঝাৰ আৰু ছালাকাটিৰ ৰে'লষ্টেচনৰ মাজত মাজনিশা ভয়ংকৰ ঘটনা । ৰে'লপথত আইইডি বিস্ফোৰণ। আইইডি বিস্ফোৰণৰ ফলত ছিগি গল ৰে'লপথ।

author-image
Asomiya Pratidin
New Update
sacsadsd
  • কোকৰাঝাৰ আৰু ছালাকাটিৰ ৰে'লষ্টেচনৰ মাজত ভয়ংকৰ ঘটনা 
  • মাজনিশা ৰে'লপথত আইইডি বিস্ফোৰণ
  • আইইডি বিস্ফোৰণৰ ফলত ছিগি গল ৰে'লপথ
  • কোকৰাঝাৰ ষ্টেচনৰ পৰা ৫কিলোমিটাৰ পূৱ দিশত সংঘটিত হৈছে এই ঘটনা
  • বিস্ফোৰণৰ ফলত উজনি -নামনি ৰে'লসেৱা স্তব্ধ 
  • ষ্টেচনে ষ্টেচনে ৰখাই থোৱা হৈছে ৰে'লসমূহ
  • সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত
উত্তৰ পূব সীমান্ত ৰে'লৱে ৰে'ল