কোকৰাঝাৰত যোগাভ্যাস প্ৰমোড বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী...

কোকৰাঝাৰত যোগাভ্যাস প্ৰমোড বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী...

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত যোগাভ্যাস প্ৰমোড বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী...

ডিজিটেল সংবাদ,কোকৰাঝাৰ: বিটিচি সচিবালয় প্ৰাংগন আৰু কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় আয়ুষ মিছন তথা বিটিচি আৰু কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত যোগ দিৱসৰ আয়োজন কৰে।

Advertisment

অনুষ্ঠানত অংশগ্ৰহণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী , বিটিচিৰ মুখ্য সচিব,সেনা আৰু এচএচবিৰ বিষয়া, জিলা আয়ুক্ত সহিতে বহু বিশিষ্ট ব্যক্তিয়ে। লগতে ৰাইজক উদ্দেশ্যি যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে।

Also Read: জামুগুৰিহাটত অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ প্ৰতিষ্ঠা দিৱস...

yoga day kokrajhar