BTC ELECTION: দেৰৱগাঁও সমষ্টিত আগবাঢ়ি আছে হাগ্ৰামা...

কোকৰাঝাৰৰ দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি ৷ প্ৰথম ৰাউণ্ডত বিপিএফৰ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী ৬৫৯ টা ভোটত আগবাঢ়ি আছে ৷ দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে ২৭৭৯ টা ভোট লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
HGGGSS
  • কোকৰাঝাৰৰ দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি ৷
  • প্ৰথম ৰাউণ্ডত বিপিএফৰ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী ৬৫৯ টা ভোটত আগবাঢ়ি আছে ৷ 
  • দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে ২৭৭৯ টা ভোট লাভ কৰিছে।
  • ইয়াৰ  বিপৰীতে ইউপিপিএলৰ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰীৰে একালৰ ঘনিষ্ঠ খাম্ফা বৰগয়াৰীয়ে লাভ কৰিছে ২১২০ টা ভোট। 
বি টি চি