New Update
/asomiyapratidin/media/media_files/2025/11/29/whatsapp-image-2025-11-29-16-52-00.jpeg)
- ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে কোকৰাঝাৰত প্ৰতিবাদ
- বিটিচি সচিবালয়ত প্ৰৱেশ প্ৰতিবাদকাৰীৰ
- ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিৰুদ্ধে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিছে এই উত্তাল প্ৰতিবাদ
- প্ৰতিবাদকাৰীয়ে কোনো কাৰণতে মানি নলয় ৬ জনগোষ্টিৰ জনজাতিকৰণ
- হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও মুৰ্দাবাদ ধ্বনি
- প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে ভাঙিলে সচিবালয়ৰ আচবাব
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us