কবিতা ৭১/ শৰৎ

author-image
Asomiya Pratidin
New Update
কবিতা ৭১/ শৰৎ

- মিন্টু গোৱলা

Advertisment

শৰতৰ স্নিগ্ধ জোনাক

ৰাতি দেখোঁ শাৰদীৰ

প্ৰতিচ্ছবি ।

শেৱালীৰ দলিচাত

নিয়ৰৰ ফটিক পানীত

দেখোঁ শাৰদীৰ প্ৰতিচ্ছবি।

শৰতৰ ক্ষণ জ্যোতিৰ

বেলিটিয়ে দেহ , মন কৰে

আমোল- মোল

সুবাসী সুগন্ধি তুমি

শৰতৰ শাৰদী ৰাণী তুমি ।

assamese poem