নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰে শান্তি আলোচনা 'কে এল অ'ৰ আলোচনাপন্থী গোটৰ...

নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰে শান্তি আলোচনা। আলোচনাত অংশগ্রহণ KLOৰ আলোচনাপন্থী গোটৰ নেতা জীৱন সিংহ কোঁচৰ। মধ্যস্থতাকাৰী এ কে মিশ্রৰ সৈতে কেইবালানি আলোচনা

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ  নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰে শান্তি আলোচনা। আলোচনাত অংশগ্রহণ KLOৰ আলোচনাপন্থী গোটৰ নেতা জীৱন সিংহ কোঁচৰ। মধ্যস্থতাকাৰী এ কে মিশ্রৰ সৈতে কেইবালানি আলোচনা সমাপ্ত কৰাৰ লগতে আলোচনাত পৃথক কমতাপুৰ ৰাজ্যৰ দাবী কৰে। 

WhatsApp Image 2025-12-30 at 8.23.28 PM

ইপিনে অসম, বিহাৰ আৰু পশ্চিমবংগৰ কোঁচ ৰাজবংশীসকলক জনজাতিকৰণৰ প্রস্তাৱৰ লগতে ৰাজবংশী ভাষাক ‘অষ্টম অনুসূচী’ৰ অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে। 

WhatsApp Image 2025-12-30 at 8.23.28 PM (1)

দিল্লী