New Update
/asomiyapratidin/media/media_files/2025/01/14/yNQtbkSW2XbN9HuuHEfZ.jpg)
- মাঘৰ বিহুৰ উৰুকাৰ দিনাই শিল্পী খগেন গগৈৰ ঘৰত আক্রমণ
- উৰুকাৰ ভোজ-ভাত খাই থকাৰ মাজতে আক্রমণ কৰে ৩ যুৱকে
- কৃষ্ণ নাথ, নন্দু হালৈ আৰু ৰাজীৱ কলিতাৰ বিৰুদ্ধে আক্রমণৰ অভিযোগ
- ঘটনাত খগেন গগৈৰ ভাতৃ দিলীপ গগৈ গুৰুতৰভাৱে আহত
- মহানগৰীৰ কাহিলীপাৰাৰ ৰাজীৱ নগৰত সংঘটিত এই ঘটনা
- সমীপৰ এঘৰ লোকৰ ঘৰৰ পৰা শিলগুটি নিক্ষেপ কৰে দলটোৱে
- ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দাখিল গগৈৰ পৰিয়ালৰ