খেৰণিৰ হিংসাত্মক ঘটনাত ‘কাৰ্বি গ’বেক’ ধ্বনি দিয়া ৩ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল

হিন্দীভাষী ছাত্র সংগঠন, বঙালী সমাজ, ভাৰতীয় গোৰ্খা পৰিসংঘৰ এজাহাৰ দাখিল। ইপিনে বিকাশ চৌহান, যুৱৰাজ পাঠক, ধনু বাৰ্মাৰ বিৰুদ্ধে এজাহাৰ সংগঠনকেইটাৰ। আনপিনে এই ধৰণৰ মন্তব্য কেতিয়াও গ্ৰহনযোগ্য নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে সংগঠন কেইটাই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ হিংসাত্মক ঘটনাত ‘কাৰ্বি গ’বেক’ ধ্বনি দিয়া ৩অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। খেৰণি আৰক্ষী চকীত এই এজাহাৰ দাখিল কৰে এই তিনিঅভিযুক্ত বিৰুদ্ধে। 

উল্লেখ্য যে,  হিন্দীভাষী ছাত্র সংগঠন, বঙালী সমাজ, ভাৰতীয় গোৰ্খা পৰিসংঘৰ এজাহাৰ দাখিল। ইপিনে বিকাশ চৌহান, যুৱৰাজ পাঠক, ধনু বাৰ্মাৰ বিৰুদ্ধে এজাহাৰ সংগঠনকেইটাৰ। আনপিনে এই ধৰণৰ মন্তব্য কেতিয়াও গ্ৰহনযোগ্য নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে সংগঠন কেইটাই।

a92652cd-fcf9-4cc8-bc8b-d6760cc02867

খেৰণি