খেৰণিত পুনৰ হিংসাত্মক ঘটনা! প্ৰতিবাদকাৰীয়ে জ্বলালে কেইবাখনো মটৰ চাইকেল...

খেৰণিত উত্তপ্ত পৰিস্থিতি অব্যাহত। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰস্থানৰ পাছতেই উত্তেজিত হৈ পৰে প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰে দুখনকৈ মটৰ চাইকেলত। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • খেৰণিত উত্তপ্ত পৰিস্থিতি অব্যাহত।
  • মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰস্থানৰ পাছতেই উত্তেজিত হৈ পৰে প্ৰতিবাদকাৰী।
  • প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰে দুখনকৈ মটৰ চাইকেলত।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ।
  • ৰণোজ পেগুৱে প্ৰতিশ্ৰুতি দিছিল ২০২৫ৰ ২জানুৱাৰীত আলোচনাত বহিব প্ৰতিবাদকাৰীৰ সৈতে।
  • ঘটনাস্থলী নিশাই পৰিদৰ্শন কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে।
  • ৰণোজ পেগুৰ আশ্বাসৰ পিছতে একাংশই ভংগ কৰি অনশন কাৰ্যসূচী।
  • আন একাংশই সংঘটিত কৰে অগ্নিসংযোগৰ ঘটনা।

কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং