ন-দুৱাৰ সমষ্টিত খেল মহাৰণৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

নদুৱাৰ বিধানসভা সমষ্টিত দেওবাৰৰে পৰা আৰম্ভ হৈছে খেল মহাৰণ ৷ সমষ্টিটোৰ নাগশংকৰ ষ্টেডিয়ামত ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শুভাৰম্ভ কৰে খেল মহাৰণৰ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ নদুৱাৰ বিধানসভা সমষ্টিত দেওবাৰৰে পৰা আৰম্ভ হৈছে খেল মহাৰণ ৷ সমষ্টিটোৰ নাগশংকৰ ষ্টেডিয়ামত ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শুভাৰম্ভ কৰে খেল মহাৰণৰ।

Advertisment

এই কাৰ্যসূচীত জিলা আয়ুক্তকে ধৰি ক্ৰীড়াৰ লগত জড়িত গন্য-মান্য ব্যক্তিসকলো উপস্থিত আছিল৷ বিধায়ক পদ্ম হাজৰিকাই অলিম্পিক শিখা জ্বলাই শুভাৰম্ভ কৰাৰ পিছতেই বিধায়ক পদ্ম হাজৰিকা আৰু জিলা আয়ুক্ত অংকুৰ ভড়ালীয়ে ভলী বল দলিয়াই খেল মহাৰণৰ আৰম্ভণি কৰে৷

খেল মহাৰণৰ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।

পদ্ম হাজৰিকা