পুনৰ ফুটিল পানীৰ পাইপ

পানীৰ পাইপ ফুটি পথটোত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ  পুনৰ ফুটিল পানীৰ পাইপ। ক্ষেত্ৰীৰ নলগেদেৰাত পানীৰ পাইপ ফুটি জলমগ্ন ৰাস্তা । ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এই ঘটনা।

WhatsApp Image 2025-11-25 at 5.00.32 PM

প্ৰাণিধানযোগ্য যে পানীৰ পাইপ ফুটি পথটোত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। ইপিনে জলজীৱন মিছনৰ পাইপত বিসংগতি হোৱাত বহু প্ৰশ্ন উত্থাপন হৈছে। কিয় বাৰে বাৰে এই পানীৰ পাইপসমূহ খুলি পৰে তাক লৈও আহিছে প্ৰশ্ন। 

WhatsApp Image 2025-11-25 at 5.02.55 PM

উল্লেখ্য যে ইয়াৰ পূৰ্বেও মহানগৰীৰ বিভিন্ন প্ৰান্তত পানীৰ পাইপ ফুটাৰ ঘটনা সংঘটিত হৈছিল। 

ক্ষেত্ৰী