/asomiyapratidin/media/media_files/2025/10/21/dddddddddddddd-2025-10-21-11-08-30.jpg)
ডিজিটেল ডেস্কঃ আধৰুৱা জীৱনৰ ক’ত যে সপোন অপূৰ্ণ হৈ ৰল। খাৰঘুলিৰ ঘৰখনক লৈ জুবিনে দেখা সপোন কেতিয়াও পূৰণ নহ’ল। উকা হৈ পৰা খাৰঘূলিৰ ঘৰখনত দীপাৱলীৰ দিনটোত আন্ধাৰ হৈ থাকিব নিদিলে জুবিনৰ অনুৰাগীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/21/2f61578b-6167-47dd-accb-30459d0907d9-2025-10-21-11-07-38.jpg)
দীপাৱলীৰ দিনটোত ভিন্ন জন জুবিনৰ আধৰুৱা খাৰঘূলিৰ ঘৰটোত উপস্থিত হৈ চাকিৰে পোহৰ কৰি তুলিলে ঘৰটো। চাকিৰে জুবিন গাৰ্গৰ নামো লিখিলে অনুৰাগীসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/21/359060be-b93b-4a68-abf5-aa3e29ac25c0-2025-10-21-11-07-51.jpg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/21/0e558642-8fe5-485e-843d-473c46404def-2025-10-21-11-08-07.jpg)
ছিংগাপুৰৰ পৰা উভতি আধৰুৱা কাম আৰম্ভ কৰিব লাগিব বুলি কৈছিল মিস্ত্ৰীক। ঘৰখনৰ কাম সম্পূৰ্ণ হবলৈ এতিয়াও প্ৰায় ৬০শতাংশ কাম বাকী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us